উপাদানৰ সংখ্যা: 4
9 / 9 / 1438 , 4/6/2017
কিমান পৰিমাণ টকা থাকিলে যাকাত দিব লাগিব বা সোণৰ নিছাব ডলাৰত অথবা টকাত কিমান হব এই সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰ দিয়া হৈছে উক্ত ফতোৱাত।
2 / 9 / 1437 , 8/6/2016
উক্ত ফতোৱাটোত ফৰজ গুছল কৰিবলৈ পলম কৰিলে আনকি ফজৰৰ সময় হৈ গলে ছওম নষ্ট হ’ব নো নাই সেই বিষয়ে ফতোৱা প্ৰদান কৰিছে শ্বাইখ ছলেহ আল মুনাজ্জিদ হাফেজাহুল্লাহ।
11 / 11 / 1436 , 26/8/2015
এই ফতৱাটোত হজ্জৰ পৰিচয় দিয়া হৈছে
হজ্জৰ মাহত উমৰা কৰা বৈধ নে অবৈধ সেই বিষয়ে এই ফতৱাটোত স্পষ্ট কৰা হৈছে