উপাদানৰ সংখ্যা: 75
3 / 7 / 1437 , 11/4/2016
ৰজব মাহত ছিয়াম পালন কৰা সম্পৰ্কে শ্বাইখ ছলেহ আল মুনাজ্জিদ হাফিজাহুল্লাহৰ দ্বাৰা পৰিচালিত ৱেব ছাইট আল ইছলাম প্ৰশ্ন উত্তৰৰ পৰা ফতোৱাটোৰ অসমীয়া অনুবাদ আগবঢ়োৱা হ’ল।
1 / 5 / 1437 , 10/2/2016
উক্ত প্ৰৱন্ধত কোৰআন হাদীছৰ দৃষ্টিত ভালপোৱা আৰু বিশ্ব ভালপোৱা দিৱসৰ বিশ্লেষণ কৰা হৈছে লগতে বিশ্ব ভালপোৱা দিৱসৰ কিছু আঁৰৰ কথা দাঙি ধৰি ইয়াক পৰিহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে।
30 / 3 / 1437 , 11/1/2016
এইখন পাঁচ ওৱাক্ত ছালাতৰ সঠিক সময় তালিকা গুৱাটীৰ বাবে। আন আন জিলাসমূহৰ বাবে তলত উল্লেখ কৰা হৈছে ক’ত কিমান আগত আৰু পিছত সেই অনুযায়ী সঠিক সময় নিৰ্ধাৰণ কৰিব পাৰিব। যিকোনো ব্যক্তিয়ে ইয়াক ছপা কৰি মছজিদসমূহত দান কৰিব পাৰে। আল্লাহে ইয়াৰ প্ৰস্তুতকাৰীক আৰু মুদ্ৰণকাৰীক উত্তম প্ৰতিদান দিয়ক। আমীন।
25 / 2 / 1437 , 8/12/2015
এই প্ৰৱন্ধত বাস্তৱতা আৰু অভিজ্ঞতাৰ আলোকত ইন্টাৰনেটৰ অপব্যৱহাৰ সম্পৰ্কে সতৰ্ক কৰা হৈছে আৰু ইয়াৰ নানাবিধ নেতিবাচক দিশসমূহ দাঙি ধৰা হৈছে। লগতে ইয়াৰ সঠিক ব্যৱহাৰ সম্পৰ্কে মুছলিম যুৱক-যুৱতীসকলক অনুপ্ৰেৰণা দিয়া হৈছে।
উৎসৱ পালন জাতি-ধৰ্ম নিৰ্বিশেষে এটা সামগ্ৰিক ফিনমিনন। মুছলিম উম্মাহৰ ঈদৰ সৈতে আকিদা-বিশ্বাস আৰু জীৱনাদৰ্শ সংমিশ্ৰিত, আৰু ই সকলো বিজাতীয় উৎসৱৰ পৰা সম্পূৰ্ণ ভিন্ন। সেয়ে বিজাতীয় কোনো উৎসৱত মুছলিমে অংশ গ্ৰহণ কৰা বৈধ নহয়। উক্ত প্ৰৱন্ধটোত সেই বিষয়ে আলোচনা কৰা হৈছে।
28 / 11 / 1436 , 12/9/2015
এইটো এখন পামফ্লেট, যত ওমৰাৰ আৰকান, কৰণীয় আৰু তাৰ বিধান সহজ-সৰলভাৱে বৰ্ণনা কৰা হৈছে।
এইটো এখন পামফ্লেট, যত হজ্জৰ আৰকান, কৰণীয় আৰু তাৰ বিধান সহজ-সৰলভাৱে বৰ্ণনা কৰা হৈছে।
11 / 11 / 1436 , 26/8/2015
এই ফতৱাটোত হজ্জৰ পৰিচয় দিয়া হৈছে
হজ্জৰ মাহত উমৰা কৰা বৈধ নে অবৈধ সেই বিষয়ে এই ফতৱাটোত স্পষ্ট কৰা হৈছে
7 / 11 / 1436 , 22/8/2015
এই ভাষনত কোৰআন আৰু ছুন্নাহৰ আলোকত যুলহিজ্জা মাহৰ প্ৰথম দহকৰ ফজিলত, আৰু ইয়াত কৰিবলগীয়া আমলসমূহ আলোচনা কৰা হৈছে।
এই প্ৰবন্ধত কোৰআন আৰু ছুন্নাহৰ আলোকত যুলহিজ্জা মাহৰ প্ৰথম দহকৰ ফজিলত, আৰু ইয়াত কৰিবলগীয়া আমলসমূহ আলোচনা কৰা হৈছে।
20 / 8 / 1436 , 8/6/2015
এই প্ৰতিবেদনত পৃথিৱীৰ সকলো ধৰ্মৰ নাৰী সকলৰ প্ৰতি পৰ্দাৰ বিষয়টো সুস্থ বিবেকেৰে সুবিবেচনা কৰিবলৈ আহ্বান জনোৱা হৈছে।
1 / 7 / 1436 , 20/4/2015
ৰজব মাহ সম্পৰ্কে জ্ঞাতব্যঃ পৱিত্ৰ মাহ সমূহৰ বৰ গুৰুত্ব আহিছে। সেই পৱিত্ৰ মাহ সমূহৰ মাজতে এটা হৈছে ৰজব মাহ। গতিকে পাপ কৰ্ম আৰু প্ৰচলিত বিদআত বৰ্জন কৰি এই মাহৰ পৱিত্ৰতা ৰক্ষা কৰা প্ৰত্যেকৰে দায়িত্ব। এই প্ৰৱন্ধত সেই বিষয়টোকে উল্লেখ কৰা হৈছে।
29 / 6 / 1436 , 19/4/2015
4 / 6 / 1436 , 25/3/2015
কোৰআন তিলাৱাত বা আন আন ইবাদতৰ ছোৱাব মৃত ব্যাক্তিলৈ প্ৰেৰণ কৰা সম্পৰ্কে তিনিটা ফতোৱা। ১) জীৱিত ব্যক্তিৰ তিলাৱাত বা ইচালে ছোৱাবৰ দ্বাৰা মৃত ব্যক্তি উপকৃত হয়নে? ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম কবৰৰ ওচৰেদি যোৱাৰ সময়ত কি কৰিছিল? ২) তিলাৱাতৰ বিনিময় গ্ৰহণ কৰা বৈধনে? আৰু বিনিময়দাতা ইয়াৰ বাবে গুণাহগাৰ হবনে? ৩) কোৰআন তিলাৱাত বা আন আন ইবাদতৰ ছোৱাব মৃত ব্যক্তিৰ ওচৰত পৌঁছে নে?