উপাদানৰ সংখ্যা: 23
20 / 6 / 1437 , 30/3/2016
ছুৰা আল-ফাতিহা আৰু ছুৰা আল-বাক্বাৰাৰ অসমীয়া অনুবাদ লগতে সংক্ষিপ্ত ব্যাখ্যা কৰা হৈছে। ইয়াত আয়াতৰ দ্বাৰা আয়াতৰ তফছীৰ কৰা হৈছে আৰু ছহীহ হাদীছৰ দ্বাৰা লগতে ছাহাবী আৰু তাবেঈনসকলৰ উক্তিও অন্তৰ্ভূক্ত কৰা হৈছে। আক্বীদাৰ বিষয়টো বিশেষ মনোযোগ দিয়া হৈছে।
10 / 6 / 1437 , 20/3/2016
যাকাত আৰু ছওম সম্পৰ্কীয় পুস্তিকা দুটা শ্বাইখ আব্দুল আজীজ ইবনে আব্দুল্লাহ বিন বাজ ৰাহিমাহুল্লাহে ৰচনা কৰিছে, য’ত তেখেতে যাকাত আৰু ছিয়ামৰ মৌলিক বিষয়সমূহ অত্যন্ত সুন্দৰ আৰু সহজ-সৰল ভাষাত কোৰআন আৰু বিশুদ্ধ হাদীছৰ আধাৰত আলোচনা কৰিছে।
20 / 11 / 1436 , 4/9/2015
জানাযাৰ মছলা মাছাইল আৰু তাৰ কিছুমান বিদআতঃ উক্ত কিতাপ খনত লেখকে জানাযাৰ মছলা মাছাইল সমূহ কোৰআন আৰু বিশুদ্ধ হাদিছৰ আধাৰত লিপিবদ্ধ কৰিছে। কিতাপ খন সকলোৰে বাবে উপকাৰী।