- শ্ৰেণীবিন্যাস
- আল-কোৰআন আৰু ইয়াৰ বিভিন্ন জ্ঞান-শাস্ত্ৰ
- ছুন্নাহ আৰু ইয়াৰ বিভিন্ন শাস্ত্ৰ
- আক্বীদা
- তৌহীদ
- ইবাদত
- দাৱাহ আৰু ইছলামী সংস্কৃতি
- ঈমান
- ঈমানৰ বিভিন্ন মছলা মাছাইল
- ইহছান
- কুফৰ
- নিফাক্ব
- শ্বিৰ্ক
- বিদআত
- ছাহাবীসকল আৰু নবী পৰিয়াল
- অছিলা গ্ৰহণ
- অলী আৰু সিহঁতৰ কেৰামত
- জিন আৰু যাদু-টোনা
- জিন
- বন্ধুত্ব আৰু শত্ৰুতা (সম্পৰ্ক স্থাপন আৰু সম্পৰ্কচ্ছেদ)
- আহলে ছুন্নাত অল জামা‘আত
- বিভিন্ন ধৰ্মমত আৰু দ্বীন
- বিভিন্ন ফিৰ্কা, মতবাদ আৰু ধৰ্ম
- ইছলামৰ দাবীদাৰ বিভিন্ন ফিৰ্কা আৰু উপদল
- আধুনিক বুদ্ধিবৃত্তিক মতবাদসমূহ
- ফিকহ আৰু ইয়াৰ বিভিন্ন শাস্ত্ৰ
- ইবাদতৰ ফিকহ
- ফিকহুল মু‘আমালাত বা অৰ্থনৈতিক লেন-দেন বিষয়ক ফিকহ
- শপথ আৰু মান্নত
- পৰিয়াল বিষয়ক ফিকহ
- চিকিৎসা, ঔষুধ আৰু চৰিয়ত অনুমোদিত জৰা-ফুঁকা
- খোৱা লোৱা আৰু পান কৰাৰ বিধান
- অপৰাধসমূহ
- হুদূদ/চৰিয়ত নিৰ্ধাৰিত শাস্তি
- মীমাংসা আৰু বিচাৰিক ফিকহ
- জিহাদ
- সম-সাময়িক বিষয়ৰ ফিকহ
- সংখ্যালঘু মুছলিম বিষয়ক ফিকহ - ফিকহুল আকাল্লিয়াত
- নৱমুছলিমৰ বাবে নিৰ্বাচিত বিষয়
- ইছলামী ৰাজনীতি
- ফিকহী মজহাবসমূহ
- ফতোৱা
- উছুলুল ফিকহ (ফিকাহ শাস্ত্ৰৰ মৌলিক নীতি)
- ফিকাহ সম্পৰ্কীয় কিতাবসমূহ
- সৎকৰ্ম আৰু আনুগত্যৰ ফজিলত আৰু ইয়াৰ লগত সংশ্লিষ্ট বিষয়াদি
- ইবাদতৰ ফজিলতসমূহ
- উত্তম চৰিত্ৰৰ ফজিলতসমূহ
- আদব-আখলাক আৰু ওৱাজ-নছীহত
- ইছলামী আদব বা শিষ্টাচাৰ
- বাট-পথ আৰু বজাৰৰ আদবসমূহ
- আহাৰ গ্ৰহণ কৰা আৰু পান কৰাৰ আদবসমূহ
- অতিথি সেৱাৰ শিষ্টাচাৰ
- সাক্ষাতৰ শিষ্টাচাৰ
- হাঁচিৰ আদবসমূহ
- বজাৰৰ শিষ্টাচাৰ
- হামি কঢ়াৰ শিষ্টাচাৰ
- সাক্ষাৎ আৰু অনুমতি বিচৰাৰ আদবসমূহ
- কাপোৰ পৰিধান কৰাৰ আদবসমূহ
- বেমাৰীৰ শুশ্ৰুষা কৰাৰ আদব সমূহ
- টোপনী যোৱা আৰু টোপনীৰ পৰা সাৰ পোৱাৰ আদবসমূহ
- সপোন আৰু বেয়া সপোন
- কথাৰ নিয়মাৱলী
- ভ্ৰমনৰ আদবসমূহ
- মছজিদৰ আদবসমূহ বা নিয়ম-নীতি
- সপোনৰ আদবসমূহ
- দুআসমূহ
- দাৱাহ আৰু দা‘ঈ
- ইছলামী দা‘ৱাতৰ বাস্তৱতা
- সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধকৰণ
- আত্মাৰ পৰিশুদ্ধিতা, উপদেশ আৰু অন্তৰ-কোমলকাৰী বিষয়
- ইছলামৰ প্ৰতি আহ্বান
- মুছলিমৰ বাবে আৱশ্যকীয় জ্ঞান
- আৰবী ভাষা
- ইতিহাস
- ইছলামিক সংস্কৃতি
- জুমআৰ খুতবাসমূহ
- Academic lessons
মুছলিমৰ বাবে আৱশ্যকীয় জ্ঞান
উপাদানৰ সংখ্যা: 56
- অসমীয়া লেখক : ছলেহ ইবনে ফাওজান আল-ফাওজান অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
নাৰীসকলৰ প্ৰকৃত মৰ্যদা প্ৰদানকাৰী দ্বীন একমাত্র ইছলাম। ইছলামে তেওঁলোকৰ বহুতো বিষয় বিশেষ গুৰুত্বসহ গ্ৰহণ কৰিছে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াবা কেতিয়াবা কেৱল নাৰীসকলক উদ্দেশ্য কৰি উপদেশ প্ৰদান কৰিছিল। ‘আৰাফাৰ ময়দানত তেখেতে নাৰীসকলৰ ওপৰত পুৰুষসকলক হিতাকাঙ্ক্ষী হ’বলৈ উপদেশ দিছে, যিয়ে প্ৰমাণ কৰে নাৰীসকল বিশেষ যত্নৰ দাবীদাৰ। বিশেষকৈ বৰ্তমান সময়ত যেতিয়া মুছলিম নাৰীসকলৰ সন্মান হৰণ আৰু মৰ্যদাপূৰ্ণ স্থানৰ পৰা বিচ্যুত কৰাৰ নিমিত্তে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা হৈছে। এতেকে, তেওঁলোকক সচেতন কৰা আৰু তেওঁলোকৰ সন্মুখত মুক্তিৰ নিৰ্দেশনা স্পষ্ট কৰাৰ বিকল্প নাই। উক্ত পুথিখনত এই বিষয়টোকে স্পষ্ট কৰা হৈছে।
- অসমীয়া লেখক : আমীন ইবন আব্দুল্লাহ আশ্ব -শ্বাকাৱী সম্পাদনা : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
বৰ্তমান সময়ত গোটেই বিশ্বত, আনকি মুছলিমসকলৰ মাজতো ইছলামক ব্যঙ্গ-বিদ্ৰূপ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। অথচ এইটো এটা ভয়ঙ্কৰ অপৰাধ, যিয়ে ব্যক্তিক ইছলামৰ পৰা বহিষ্কাৰ কৰি দিয়ে আৰু জাহান্নামক তাৰ ঠিকনা বনাই দিয়ে। এই প্ৰৱন্ধত কোৰআন আৰু ছুন্নাহৰ আলোকত ইছলাম লৈ কৰা বিদ্ৰূপৰ ভয়াৱহ পৰিণতি সম্পৰ্কে আলোচনা কৰা হৈছে।
- অসমীয়া লেখক : শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
উক্ত পুস্তিকাটোত কোৰআন আৰু ছহীহ হাদীছ দৃঢ়তাৰে ধাৰণ কৰা আৰু বিদআত পৰিহাৰ কৰা বিষয়টো দাঙি ধৰা হৈছে।
- অসমীয়া লেখক : আদিল বিন আলী আশ্ব-শ্বিদ্দী সম্পাদনা : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
লিখকে এই প্ৰৱন্ধত অতি সংক্ষেপে বিশ্ব মানৱতাৰ প্ৰতি মহা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কিছুমান অৱদান ১০ টা পয়েন্টত আলোচনা কৰিছে।
- অসমীয়া লেখক : শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
উক্ত পোষ্টাৰত অজু আৰু ছালাত আদায় কৰাৰ সঠিক পদ্ধতি বৰ্ণনা কৰা হৈছে।
- অসমীয়া
- অসমীয়া অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
সঠিক ধৰ্ম বিশ্বাস আৰু ইয়াৰ পৰিপন্থী বিষয়। এইটো আল্লামা শ্বাইখ আব্দুল আজীজ ইবন বাজ ৰাহিমাহুল্লাহৰ এটা ভাষণ, য’ত তেখেতে আহলে ছুন্নাত অল জামা‘আতৰ মৌলিক আকীদা-বিশ্বাস দাঙি ধৰিছে। কাৰণ, কোৰআন আৰু ছুন্নাহৰ পৰা এই কথা স্পষ্ট হয় যে, কোনো কথা ও কৰ্ম তেতিয়াই শুদ্ধ ও গ্রহণযোগ্য হ’ব যেতিয়া সেইটো ছহীহ আকীদাৰ ওপৰত ভিত্তি কৰি সংঘটিত হ’ব, যদি আকীদা অশুদ্ধ হয়, তেতিয়া তাৰ ওপৰত ভিত্তি কৰি কৰা যাৱতীয় আমল বাতিল হ’ব।
- অসমীয়া
- অসমীয়া
- অসমীয়া আলোচক : মুহাম্মদ বিন আব্দুল ওৱাহ্হাব অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
এই অডিঅ ফাইল খনত চাৰিটা নীতিমালা সম্পৰ্কে আলোচনা কৰা হৈছে। ইয়াত তৌহীদ আৰু শ্বিৰ্কৰ চাৰিটা গুৰুত্বপূৰ্ণ নীতিমালা দাঙি ধৰা হৈছে।লগতে মুশ্বৰিক সকলে দাবী কৰা শ্বাফাআত আৰু তৌহীদপন্থী সকলৰ দাবী কৰা শ্বাফাআতৰ মাজত থকা পাৰ্থক্য বৰ্ণনা কৰা হৈছে।
- অসমীয়া লেখক : মুহাম্মদ বিন আব্দুল ওৱাহ্হাব অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
এইটো মুহাম্মদ ইবন আব্দুল ওৱাহহাব - ৰাহিমাহুল্লাহ - ৰচিত এখন সংক্ষিপ্ত ও মূল্যবান পুস্তিকা।ইয়াত অতি সংক্ষেপে মানৱ জীৱনৰ মৌলিক কৰ্তব্য, সৃষ্টি ও স্ৰষ্টাৰ পৰিচয়, আল্লাহে আদেশ কৰা ইবাদত ও উপাসনাৰ প্ৰকাৰ ও ভাগ সমূহ, দ্বীনৰ সংক্ষিপ্ত বিৱৰণ, দ্বীন ইছলামৰ পৰ্যায়সমূহ, প্ৰত্যেক পৰ্যায়ৰ আৰকানসমূহ, নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ সংক্ষিপ্ত জীৱনি, তেখেতক প্ৰেৰণ কৰাৰ ৰহস্য, পৰকালৰ প্ৰতি ঈমান, আৰু তৌহীদৰ দুটা উপাদান যেনে তাগুতক পৰিহাৰ কৰা আৰু আল্লাহৰ প্ৰতি ঈমান আনা ইত্যাদি বিষয় সমূহ বৰ্ণনা কৰিছে। অসমীয়া অনুবাদৰ মূঠ পৃষ্টা হৈছে ৩৭ ।
- অসমীয়া লেখক : শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
চমু বিৱৰণী পুস্তিকাটোত কোৰআন আৰু ছুন্নাহৰ আলোকত অছিলা গ্ৰহণ কৰা আৰু যিহঁতক অছিলা হিচাপে গ্ৰহণ কৰা হয় সিহঁতৰ পৰিণাম সম্পৰ্কে আলোচনা কৰা হৈছে।
- অসমীয়া লেখক : মুহাম্মদ বিন আব্দুল ওৱাহ্হাব অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
এইটো এখন সংক্ষিপ্ত পত্র বিশেষ, যিটো শ্বাইখুল ইছলাম মুহাম্মাদ ইবন আব্দুল ওৱাহ্হাব ৰাহিমাহুল্লাহে লিখিছে। ইয়াত তৌহীদ আৰু শ্বিৰ্কৰ গুৰুত্বপূৰ্ণ চাৰিটা নীতিমালা সম্পৰ্কে আলোচনা কৰিছে। আৰু মুশ্বৰিকসকলৰ দাবী কৰা শ্বাফা‘আত আৰু তৌহীদপন্থীসকলৰ সাব্যস্ত কৰা শ্বাফা‘আতৰ পাৰ্থক্য দাঙি ধৰিছে।
- অসমীয়া
- অসমীয়া
- অসমীয়া
- অসমীয়া
ইছলামী দাৱাৰ ক্ষেত্ৰত বিশ্বৰ ভাষাত ইছলাম হাউছ আটাইতকৈ ডাঙৰ ৱেবছাইট। ইয়াৰ কন্টেন্ট সমূহ বিনামূলীয়া ১০০ তকৈ অধিক ভাষাত। যেনে পুথি, অডিঅ. ভিডিঅ, পোষ্টাৰ, ইছলামীক আ্যপ আৰু বহুতো..... https://islamhouse.com/as/main
- অসমীয়া
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ আৰু বিশুদ্ধ তাফছীৰ, বিশ্বৰ বিভিন্ন ভাষাত প্ৰচাৰ কৰা এই প্ৰকল্পৰ মূল উদ্দেশ্য https://quranenc.com/app/#/sura/nav?lang=as&trans=assamese_rafeeq
- অসমীয়া লেখক : ইক্ৰামূল হুচেইন সম্পাদনা : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
মাননীয় অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ ইকৰামূল হুচেইন ছাৰে সংকলন কৰা সঠিক পদ্ধতিত সহজ ছালাত শিক্ষা পুথিখনত কোৰআন আৰু ছহীহ হাদীছৰ আলোকত ছালাতৰ পদ্ধতি অতি সুন্দৰভাৱে উল্লেখ কৰা হৈছে। আশা কৰো অসমবাসী ৰাইজে ইয়াৰ দ্বাৰা উপকৃত হ’ব।
- অসমীয়া লেখক : ছাঈদ বিন আলী বিন অহাফ আল কাহতানী সম্পাদনা : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
ছালাত আদায়ৰ পদ্ধতি: লেখকে এই পুথি সম্পৰ্কে কৈছে: “এই পুথিত মই তাকবীৰৰ পৰা আৰম্ভ কৰি ছালাম পৰ্যন্ত ছালাত আদায়ৰ সঠিক পদ্ধতি সংক্ষিপ্তভাৱে কোৰআন আৰু হাদিছৰ আলোকত বৰ্ণনা কৰিছো”।